প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 01 OCT 2025 9:29PM by PIB Guwahati

আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়ব সিং ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত কয়ঃ

“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

@cmohry”

***

MJPS/ST/SB
 


(रिलीज़ आईडी: 2174521) आगंतुक पटल : 46
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam