প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়া কাপ ২০২৫ত বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
29 SEP 2025 12:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়া কাপ ২০২৫ত চমকপ্ৰদ বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখে-
“খেলপথাৰতো “#OperationSindoor.
ফলাফল একেই-ভাৰতৰ জয়!
আমাৰ ক্ৰিকেটাৰসকলক অভিনন্দন।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2172602)
অতিথি কক্ষ : 183
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu