প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 24 SEP 2025 8:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি পোষ্ট কৰেঃ

 

নৱৰাত্ৰিৰ তৃতীয় দিনটো শান্তি, সাহস আৰু নিৰ্ভীকতাৰ প্ৰতীক মা চন্দ্ৰঘণ্টাৰ পূজাৰ বাবে উৎসৰ্গিত। মা দেৱীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ ইতিবাচক বতৰা কঢ়িয়াই আনক। তেওঁৰ অনুগ্ৰহে সমগ্ৰ দেশৰ মোৰ পৰিয়াললৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক।

https://www.youtube.com/watch?v=DEGcIi9aij8

 

***

MJPS/SR/DD


(ৰিলিজ আই ডি : 2170460) অতিথি কক্ষ : 31