প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাজ অগ্ৰসেন জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
22 SEP 2025 2:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা অগ্ৰসেন জীৰ জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"মহাৰাজা অগ্ৰসেন জীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত সন্মানপূৰ্বক শ্ৰদ্ধাঞ্জলি। তেওঁৰ সমগ্ৰ জীৱন সামাজিক ন্যায় আৰু ঐক্যৰ প্ৰতীক। তেওঁৰ সদিচ্ছা আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ বাৰ্তাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"
***
MJPS/VJ/DD
(रिलीज़ आईडी: 2169556)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam