প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

प्रविष्टि तिथि: 17 SEP 2025 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। "১৪০ কোটি নাগৰিকৰ স্নেহ আৰু সহযোগিতাৰে আমি সদায় এখনি শক্তিশালী, সামৰ্থ্যবান আৰু আত্ম-নিৰ্ভৰ ভাৰত গঢ়াৰ বাবে সমৰ্পিত হৈ থাকিম। এই দিশত আপোনাৰ দৃষ্টিভংগী আৰু চিন্তা আমাৰ বাবে অতিশয় প্ৰেৰণাদায়ক", শ্ৰী মোদীয়ে কয়।  

আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“শুভেচ্ছা জনোৱাৰ বাবে সন্মানীয় @rashtrapatibhvn ডাঙৰীয়াণীলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ১৪০ কোটি নাগৰিকৰ স্নেহ আৰু সহযোগিতাৰে আমি সদায় এখনি শক্তিশালী, সামৰ্থ্যবান আৰু আত্ম-নিৰ্ভৰ ভাৰত গঢ়াৰ বাবে সমৰ্পিত হৈ থাকিম। এই দিশত আপোনাৰ দৃষ্টিভংগী আৰু চিন্তা আমাৰ বাবে অতিশয় প্ৰেৰণাদায়ক।"

***

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2167500) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam