প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাৰায়ণৰ জন্ম বাৰ্ষিকীত তেওঁৰ দৃষ্টিভংগীক স্মৰণ কৰে

प्रविष्टि तिथि: 07 SEP 2025 4:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত শ্ৰী নাৰায়ণৰ দৃষ্টিভংগী আৰু আমাৰ সামাজিক তথা আধ্যাত্মিক বাতাবৰণত ইয়াৰ প্ৰভাৱ সম্পৰ্কে স্মৰণ কৰে। "তেওঁৰ সমতা, মমতা আৰু সৰ্বজনীন ভ্ৰাতৃত্ববোধৰ শিক্ষা ব্যাপকভাৱে অনুৰণিত হৈ আহিছে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;

"শ্ৰী নাৰায়ণ গুৰুৰ জন্ম-বাৰ্ষিকীত তেওঁৰ দৃষ্টিভংগী আৰু আমাৰ সামাজিক তথা আধ্যাত্মিক বাতাবৰণত ইয়াৰ প্ৰভাৱ সম্পৰ্কে সোঁৱৰণ কৰিছোঁ। তেওঁৰ সমতা, মমতা আৰু সৰ্বজনীন ভ্ৰাতৃত্ববোধৰ শিক্ষা ব্যাপকভাৱে অনুৰণিত হৈ আহিছে। তেওঁৰ সমাজ সংস্কাৰ আৰু শিক্ষাৰ প্ৰসাৰৰ আহ্বানে সকলো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে।"

***

MJPS/VJ/SB


(रिलीज़ आईडी: 2164498) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam