প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীক নুৱাখাই উৎসৱৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 AUG 2025 1:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নুৱাখাই উপলক্ষে ভাৰতবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ নুৱাখায়ে প্ৰতিনিধিত্ব কৰা কৃতজ্ঞতা আৰু ঐক্যৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশৰ জীৱিকা আৰু প্ৰগতিৰ মেৰুদণ্ড গঢ় দিয়া কৃষকসকলৰ অক্লান্ত প্ৰচেষ্টাক স্বীকাৰ কৰে।
এক্সৰ পোষ্টত তেওঁ লিখে-
"সকলোকে আনন্দপূৰ্ণ নুৱাখাইৰ শুভেচ্ছা জনাইছো। এই আদৰৰ উৎসৱৰ জৰিয়তে কৃষকসকলৰ প্ৰতি আমাৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যাৰ কঠোৰ পৰিশ্ৰমে আমাৰ সকলোকে বৰ্তাই ৰাখিছে। প্ৰতিটো পৰিয়ালতে সুস্বাস্থ্য, সমৃদ্ধি আৰু সুখ বিৰাজ কৰক।"
নুৱাখাই জুহাৰ!"
***
MJPS/SR/DB
(रिलीज़ आईडी: 2161477)
आगंतुक पटल : 25
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam