প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভূপালৰ পূজনীয় শ্ৰী কুশভাউ থাকৰেলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 23 FEB 2025 10:07PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূপালত শ্ৰদ্ধাৰ শ্ৰী কুশভাউ থাকৰেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

টুইটাৰত এটা পোষ্টত তেওঁ লিখিছে-

‘ভূপালৰ শ্ৰদ্ধাৰ কুশভাউ থাকৰে জীৰ প্ৰতিমূৰ্তিত  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁৰ জীৱনে সমগ্ৰ দেশৰ বিজেপি কৰ্মীসকলক অনুপ্ৰাণিত কৰি আহিছে। জনজীৱনত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।


MJPS/SR


(रिलीज़ आईडी: 2159564) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam