প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ নন্দেদত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 APR 2025 3:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নন্দেদত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে। প্ৰতিজন মৃতকৰ নিকট আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা প্ৰদান কৰা হ'ব।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলত কোৱা হৈছে যে-
“মহাৰাষ্ট্ৰৰ নন্দেদত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি দুখ প্ৰকাশ কৰিছে। আহতসকল সোনকালে আৰোগ্য লাভ কৰক। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে।"
(रिलीज़ आईडी: 2159402)
आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam