প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 JUN 2025 3:04PM by PIB Guwahati
২০২৫ চনৰ ১৭ জুনত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত ইউৰোপীয় আয়োগৰ অধ্যক্ষ শ্ৰীমতী উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনাত মিলিত হয়।
এক্সৰ এক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
“@EU_Commission ৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে ফলপ্ৰসূ আলোচনা।”
MJPS/SR
(ৰিলিজ আই ডি : 2158983)
অতিথি কক্ষ : 24
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam