প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 AUG 2025 6:06PM by PIB Guwahati
আজি গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এই বিষয়ে পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলত লিখিছে যে-
“গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMOGuj”
MJPS/SR
(रिलीज़ आईडी: 2158750)
आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam