গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. পি. ৰাধাকৃষ্ণণক অভিনন্দন জনায়
এজন সাংসদ আৰু ভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে শ্ৰী চি. পি. ৰাধাকৃষ্ণণ ডাঙৰীয়াই সাংবিধানিক কৰ্তব্যৰাজি ফলপ্ৰসূভাৱে পৰিপূৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে
তেওঁৰ বৰ্ণাঢ্য অভিজ্ঞতা আৰু প্ৰজ্ঞাৰে উচ্চ সদনৰ গৰিমা বৃদ্ধি আৰু নতুন মাইলৰ খুঁটি স্থাপন কৰিব বুলি মই নিশ্চিত
এই সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু দলীয় সংসদীয় পৰিষদৰ সকলো সদস্যলৈ কৃতজ্ঞতা জনালোঁ
प्रविष्टि तिथि:
17 AUG 2025 9:48PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. পি. ৰাধাকৃষ্ণণক অভিনন্দন জনায়।
‘এক্স’-ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয় যে এজন সাংসদ আৰু ভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে শ্ৰী চি. পি. ৰাধাকৃষ্ণণ ডাঙৰীয়াই সাংবিধানিক কৰ্তব্যৰাজি ফলপ্ৰসূভাৱে পৰিপূৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ বৰ্ণাঢ্য অভিজ্ঞতা আৰু প্ৰজ্ঞাৰে উচ্চ সদনৰ গৰিমা বৃদ্ধি আৰু নতুন মাইলৰ খুঁটি স্থাপন কৰিব বুলি মই নিশ্চিত। এই সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু দলীয় সংসদীয় পৰিষদৰ সকলো সদস্যলৈ কৃতজ্ঞতা জনালোঁ।
*****
RK/VV/RR/PS/PR/SB
(रिलीज़ आईडी: 2157369)
आगंतुक पटल : 6