প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৃষ্ণ জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 AUG 2025 8:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ  এটা পোষ্টত তেওঁ  লিখিছে:

“জন্মাষ্টমীৰ দিনা সকলো দেশবাসীলৈ শুভেচ্ছা। বিশ্বাস, আনন্দ আৰু উৎসাহৰ এই পৱিত্ৰ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ নতুন শক্তি আৰু নতুন উদ্যম কঢ়িয়াই আনক। জয় শ্ৰী কৃষ্ণ!”

 

***

MJPS/SR/DM


(Release ID: 2157182)