প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 16 AUG 2025 8:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

 

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত এনেদৰে লিখিছে:

“প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীক তেখেতৰ মৃত্যু বাৰ্ষিকীত সকলো দেশবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছো।দেশৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱাই সকলোকে এখন উন্নত আৰু স্বাৱলম্বী ভাৰত গঢ়াৰ দিশত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰে।

 

 

 “सभी देशवासियों की ओर से पूर्व प्रधानमंत्री भारत रत्न अटल बिहारी वाजपेयी जी को उनकी पुण्यतिथि पर सादर नमन। राष्ट्र के चौतरफा विकास को लेकर उनका समर्पण और सेवा भाव विकसित और आत्मनिर्भर भारत के निर्माण में योगदान के लिए हर किसी को प्रेरित करने वाला है।”

 

***

MJPS/SR/DM


(Release ID: 2157181)