প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে গুজৰাটৰ ৰাজ্যপালে

प्रविष्टि तिथि: 16 JUL 2025 6:56PM by PIB Guwahati

আজি নতুন দিল্লীত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

 পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলত এনেদৰে  পোষ্ট কৰা:

 

“গুজৰাটৰ ৰাজ্যপাল শ্ৰী @ADevvrat ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

 

MJPS/SR/SKS/DM


(रिलीज़ आईडी: 2145397) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam