প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কে কামৰাজ জীৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 15 JUL 2025 9:27AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কে কামৰাজ জীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে কামৰাজ জীৰ মহান আদৰ্শ আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াটোৱে আমাক সকলোকে বহুত অনুপ্ৰাণিত কৰে।

এক্সত পৃথক পৃথক পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ঃ

 “কে কামৰাজ জীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত তেওঁ আগৰণুৱা আছিল আৰু স্বাধীনতাৰ পিছৰ আমাৰ যাত্ৰাৰ প্ৰথম বছৰবোৰত অমূল্য নেতৃত্ব প্ৰদান কৰিছিল। তেওঁৰ মহান আদৰ্শ আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াটোৱে আমাক সকলোকে যথেষ্ট অনুপ্ৰাণিত কৰে।”

****

MJPS/SR/SKS/KD


 


(रिलीज़ आईडी: 2144758) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam