প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তী উপলক্ষে ৰামবিলাস পাছোৱানলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
05 JUL 2025 8:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ৰামবিলাস পাছোৱান জীয়ে দলিত, পিছপৰা শ্ৰেণী আৰু বঞ্চিতসকলৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম কেতিয়াও পাহৰিব নোৱাৰি।
"প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান জীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ সমগ্ৰ জীৱন সামাজিক ন্যায়ৰ বাবে উৎসৰ্গিত। দলিত, পিছপৰা আৰু বঞ্চিতসকলৰ অধিকাৰৰ বাবে তেওঁৰ সংগ্ৰাম কেতিয়াও পাহৰিব নোৱাৰি।"
***
MJPS/ST/DB
(ৰিলিজ আই ডি : 2142865)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam