প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আষাঢ়ী একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 JUL 2025 7:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আমি ভগৱান বিঠালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ সকলোৰে ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদ বিচাৰিছো।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
"আষাঢ়ী একাদশীৰ শুভেচ্ছা জনাইছোঁ! আমি ভগৱান বিঠালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ সকলোৰে ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদ বিচাৰিছো। তেওঁ আমাক সুখ আৰু প্ৰাচুৰ্যৰে ভৰা এখন সমাজৰ বাবে পথ প্ৰদৰ্শন কৰক যাতে আমি দুখীয়া আৰু নিপীড়িত লোকৰ সেৱা কৰি যাব পাৰো।"
****
MJPS/ST
(रिलीज़ आईडी: 2142710)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam