প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
23 JUN 2025 9:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত এনেদৰে লিখিছেঃ
"ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ দেশৰ অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অমূল্য অৱদান সদায় শ্ৰদ্ধাৰে স্মৰণ কৰা হ’ব।"
***
MJPS/SR/HS
(ৰিলিজ আই ডি : 2138855)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam