প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকিমৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 13 JUN 2025 9:21PM by PIB Guwahati

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প'ষ্ট কৰেঃ

 

“ছিকিমৰ ৰাজ্যপাল শ্ৰী @OmMathur_Raj-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”

***

 

MJPS/SR/SB


(रिलीज़ आईडी: 2136297) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Tamil , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Kannada , Malayalam