পোষ্ট কৰা হৈছে:
10 JUN 2025 1:19PM by PIB Guwahati
দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়:
“দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী @gupta_rekhaই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMODelhi”
****
MJPS/SR/SKS/DB