প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে

प्रविष्टि तिथि: 06 JUN 2025 9:19PM by PIB Guwahati

 

চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে  এই সন্দৰ্ভত এক্সত এনেদৰে  পোষ্ট কৰিছে ;

"চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

 

***

MJPS/ST/DM


 


(रिलीज़ आईडी: 2134886) आगंतुक पटल : 39
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam