প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাংগালুৰুত সংঘটিত কৰুণ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 JUN 2025 7:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংগালুৰুত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। ঘটনাটোক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে।
এক্সৰ এটা পোষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;
"বাংগালুৰুৰ দুৰ্ঘটনাটো বৰ হৃদয়বিদাৰক। এই কঠিন সময়ছোৱাত মোৰ ভাবনা প্ৰিয়জনক হেৰুওৱা সকলৰ সৈতে আছে । আহত হোৱা সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi"।
***
MJPS/ST/DM
(रिलीज़ आईडी: 2134104)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam