ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

প্ৰেছ বিজ্ঞপ্তি

प्रविष्टि तिथि: 14 MAY 2025 11:03AM by PIB Guwahati

আজি (১৪ মে', ২০২৫) পুৱা ১০.০০ বজাত ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ সন্মুখত তেওঁ শপত বাক্য পাঠ কৰে।

***

MJPS/SR/DB


(रिलीज़ आईडी: 2128567) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Khasi , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam