প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীমতী কে ভি ৰাবিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
05 MAY 2025 4:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰীমতী কে ভি ৰাবিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
তেওঁ এক্সৰ এটা পোষ্টত লিখিছে :
"পদ্মশ্ৰী বঁটা বিজয়ী কে ভি ৰাবিয়া জীৰ মৃত্যুত দুখ পাইছো। সাক্ষৰতা উন্নত কৰাৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী ভূমিকা সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ সাহস আৰু সংকল্প, বিশেষকৈ পলিঅ’ৰ বিৰুদ্ধে তেওঁ যি ধৰণে যুঁজিছিল, সেয়াও অতি প্ৰেৰণাদায়ক। দুখৰ এই সময়ত তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকলক মই গভীৰ সমবেদনা জনাইছো।"
*****
MJPS/SR/MK
(ৰিলিজ আই ডি : 2127073)
অতিথি কক্ষ : 49
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam