পোষ্ট কৰা হৈছে:
29 APR 2025 9:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান পৰশুৰাম জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে-
“সকলো দেশবাসীলৈ ভগৱান পৰশুৰাম জয়ন্তীৰ বহু বহু শুভকামনা জনাইছো।অস্ত্ৰ-শস্ত্ৰ আৰু শাস্ত্ৰৰ ঐশ্বৰিক জ্ঞানৰ বাবে পূজনীয় ভগৱান পৰশুৰামৰ কৃপাত সকলোৰে জীৱন সাহস আৰু শক্তিৰে পৰিপূৰ্ণ হওক, এয়াই কামনা কৰিলোঁ।”
***
MJPS/SR/SKS/KD