প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড০ আম্বেদকাৰে ন্যায়, মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত আধাৰিত ভাৰতৰ কিছুমান প্ৰাৰম্ভিক আৰু অতি প্ৰভাৱশালী অৰ্থনৈতিক ধাৰণাক কেনেদৰে গঢ় দিছিল সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰে

পোষ্ট কৰা হৈছে: 16 APR 2025 1:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে য'ত ড০ আম্বেদকাৰে ন্যায়, মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত আধাৰিত ভাৰতৰ কিছুমান প্ৰাৰম্ভিক আৰু অতি প্ৰভাৱশালী অৰ্থনৈতিক ধাৰণাক কেনেদৰে গঢ় দিছিল সেই বিষয়ে উল্লেখ আছে।

এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰে:

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @arjunrammeghwal য়ে ড০ আম্বেদকাৰে ন্যায়, মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত আধাৰিত ভাৰতৰ কিছুমান প্ৰাৰম্ভিক আৰু প্ৰভাৱশালী অৰ্থনৈতিক ধাৰণাক কেনেদৰে গঢ় দিছিল সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰে।
 

 

                                  ***

MJPS/SR/MK


(ৰিলিজ আই ডি : 2122068) অতিথি কক্ষ : 64