প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাবীৰ জয়ন্তীত ভগৱান মহাবীৰৰ আদৰ্শৰ গভীৰ প্ৰভাৱৰ স্মৰণ প্ৰধানমন্ত্ৰীৰ

Posted On: 10 APR 2025 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাবীৰ জয়ন্তী উপলক্ষে ভগৱান মহাবীৰৰ কালজয়ী শিক্ষা স্মৰণ কৰি তেওঁৰ শিক্ষাৰ নিজৰ জীৱনত গভীৰ প্ৰভাৱৰ কথা মনত পেলাই দিয়ে।

মোদী আৰ্কাইভে এক্সত এটা পোষ্টত ভগৱান মহাবীৰৰ শিক্ষা আৰু জৈন সম্প্ৰদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘদিনীয়া আধ্যাত্মিক সম্পৰ্কৰ ওপৰত চিন্তা-চৰ্চা কৰে।

মোদী আৰ্কাইভৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে লিখেঃ

“ভগৱান মহাবীৰৰ আদৰ্শই মোককে ধৰি অগণন লোকক বহুখিনি অনুপ্ৰাণিত কৰিছে। তেওঁৰ চিন্তাধাৰাই এটা শান্তিপূৰ্ণ আৰু দয়ালু পৃথিৱী গঢ়াৰ পথ দেখুৱাইছে।”

***

MJPS/ST/DB


(Release ID: 2120833) Visitor Counter : 15