প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন ৰূপায়ণৰ বাবে দিল্লী চৰকাৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 11 APR 2025 8:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম)ৰ ৰূপায়ণ আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰাৰ বাবে দিল্লী চৰকাৰক প্ৰশংসা কৰে।
এক্স-ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ
"দিল্লীৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত এক বৈপ্লৱিক পদক্ষেপ! ডাবল ইঞ্জিন চৰকাৰৰ এই অভিযান ইয়াত থকা মোৰ লাখ লাখ ভাই-ভনীৰ বাবে অত্যন্ত লাভজনক হ’ব। মই অতি আনন্দিত যে দিল্লীবাসীয়েও এতিয়া আয়ুষ্মান যোজনাৰ অধীনত চিকিৎসা লাভ কৰিব।"
 


***


MJPS/SR/MK


(रिलीज़ आईडी: 2120828) आगंतुक पटल : 37
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam