প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 30 MAR 2025 11:41AM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ ৱাৰ্মাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্সত এটা পোষ্টত তেওঁ লিখিছে-

"মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰত মাতৃৰ সেৱাত তেওঁৰ ত্যাগ আৰু সমৰ্পণে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"

***

MJPS/SR


(रिलीज़ आईडी: 2116934) आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam