প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰাখণ্ডৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 19 MAR 2025 2:27PM by PIB Guwahati

 

উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰে;

“উত্তৰাখণ্ডৰ ৰাজ্যপাল @LtGenGurmit,-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

*****

MJPS/ST/KD


(रिलीज़ आईडी: 2112717) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam