প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত সদায় সকলোৰে আগত থাকিব: প্ৰধানমন্ত্ৰী

Posted On: 09 MAR 2025 12:10PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বন্যপ্ৰাণী বৈচিত্ৰ্য আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপু্ষ্ট। "আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম", শ্ৰী মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:


"বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে আশ্চৰ্যৰ খবৰ! ভাৰত বন্যপ্ৰাণীবৈচিত্ৰ আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপুষ্ট। আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম।"

 

 

***

MJPS/VJ/KB


(Release ID: 2110108) Visitor Counter : 8