প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত শ্ৰী বিজু পাটনায়কক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 MAR 2025 9:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বিজু পাটনায়কক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে। তেওঁ ওড়িশাৰ উন্নয়ন আৰু জনসাধাৰণৰ সৱলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখে-

“বিজু বাবুক জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো। ওড়িশাৰ উন্নয়ন আৰু জনসাধাৰণৰ সবলীকৰণৰ দিশত তেওঁৰ অৱদানক আমি স্মৰণ কৰিছো। তেওঁ গণতান্ত্ৰিক আদৰ্শৰ প্ৰতিও দৃঢ়তাৰে দায়বদ্ধ আছিল আৰু জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছিল।”

******

MJPS/SR/SKS/DB


(रिलीज़ आईडी: 2108597) आगंतुक पटल : 55
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam