প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 27 FEB 2025 12:35PM by PIB Guwahati

আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়ব সিং ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

‘হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

@cmohry”

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2106639) आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam