প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মহা শিৱৰাত্ৰী’ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
26 FEB 2025 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মহা শিৱৰাত্ৰি’ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"ভগৱান ভোলেনাথক উৎসৰ্গিত মহাশিৱৰাত্ৰিৰ পৱিত্ৰ উপলক্ষত সকলো দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই পবিত্ৰ অনুষ্ঠানে আপোনালোক সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই অনাৰ লগতে এখন উন্নত ভাৰতৰ সংকল্প শক্তিশালী কৰক। হৰ-হৰ মহাদেৱ!"
***
MJPS/SR/KB
(ৰিলিজ আই ডি : 2106354)
অতিথি কক্ষ : 53
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam