প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীৰ নাৰায়ণাত লোহৰী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

লোহৰীয়ে নবীকৰণ আৰু আশাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী

Posted On: 13 JAN 2025 10:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ নাৰায়ণাত লোহৰি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে বহু লোকৰ বাবে বিশেষকৈ উত্তৰ ভাৰতৰ লোকৰ বাবে লোহৰীৰ বিশেষ তাৎপৰ্য আছে। "ই নবীকৰণ আৰু আশাৰ প্ৰতীক। ই কৃষি আৰু আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকৰ সৈতেও জড়িত", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

"লোহৰী বহু লোকৰ বাবে, বিশেষকৈ উত্তৰ ভাৰতৰ লোকৰ বাবে বিশেষ তাৎপৰ্য আছে। ই নবীকৰণ আৰু আশাৰ প্ৰতীক। ই কৃষি আৰু আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকৰ সৈতেও জড়িত।"

আজি সন্ধিয়া দিল্লীৰ নাৰায়ণাত এক অনুষ্ঠানত লোহৰী উপভোগ কৰাৰ সুযোগ পালোঁ। বিভিন্ন শ্ৰেণীৰ লোকে বিশেষকৈ যুৱক-যুৱতীসকলে এই উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

সকলোকে লোহৰীৰ শুভেচ্ছা জনালোঁ!"

"দিল্লীৰ লোহৰী অনুষ্ঠানৰ কিছু আভাস।"

 

***

MJPS/VJ/DB


(Release ID: 2097022) Visitor Counter : 27