প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পঞ্জাব কেশৰী লালা লাজপত ৰায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
28 JAN 2025 1:17PM by PIB Guwahati
পঞ্জাব কেশৰী লালা লাজপত ৰায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰে;
"সকলো দেশবাসীৰ হৈ মই ভাৰত মাতাৰ কঠোৰ পৰিশ্ৰমী পুত্ৰ পঞ্জাব কেশৰী লালা লাজপত ৰায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। স্বাধীনতা আন্দোলনৰ এই মহান নায়কজনে বিদেশী শাসনৰ বিৰুদ্ধে যুঁজ দি নিজৰ প্ৰাণ আহুতি দিছিল। মাতৃভূমিৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱাৰ মনোভাব সদায়ে সশ্ৰদ্ধ স্মৰণীয় হৈ থাকিব।”
MJPS/ST/KD
(ৰিলিজ আই ডি : 2096971)
অতিথি কক্ষ : 61
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam