প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে থিৰু এম জি ৰামচন্দ্ৰনৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 17 JAN 2025 9:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু এম জি ৰামচন্দ্ৰনৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে দৰিদ্ৰ লোকসকলক শক্তিশালী কৰা আৰু এখন উন্নত সমাজ গঢ়ি তোলাৰ বাবে তেওঁ কৰা প্ৰচেষ্টাৰ দ্বাৰা আমি যথেষ্ট অনুপ্ৰাণিত।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"মই থিৰু এম জি আৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দৰিদ্ৰ লোকসকলক শক্তিশালী কৰিবলৈ আৰু এখন উন্নত সমাজ গঢ়ি তুলিবলৈ তেওঁৰ প্ৰচেষ্টাৰ দ্বাৰা আমি যথেষ্ট অনুপ্ৰাণিত হৈছো।"

***

MJPS/VJ/SKS/MK


(रिलीज़ आईडी: 2093668) आगंतुक पटल : 69
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam