পোষ্ট কৰা হৈছে:
06 JAN 2025 12:32PM by PIB Guwahati
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়ঃ
“উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @pushkardhamiয়ে প্ৰধানমন্ত্ৰী শ্ৰী @narendramodiক সাক্ষাৎ কৰে।”
***
MJPS/ST/DB