প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীক তেওঁৰ প্ৰকাশ উৎসৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
06 JAN 2025 9:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিংজীক তেওঁৰ প্ৰকাশ উৎসৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ চিন্তাই আমাক প্ৰগতিশীল, সমৃদ্ধিশালী আৰু সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
"মই শ্ৰী গুৰু গোবিন্দ সিংজীক তেওঁৰ প্ৰকাশ উৎসৱত প্ৰণাম জনাইছো। তেওঁৰ চিন্তাই আমাক প্ৰগতিশীল, সমৃদ্ধিশালী আৰু সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।"
“ਮੈਂ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਨੂੰ ਉਨ੍ਹਾਂ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ 'ਤੇ ਨਮਨ ਕਰਦਾ ਹਾਂ। ਉਨ੍ਹਾਂ ਦੇ ਵਿਚਾਰ ਸਾਨੂੰ ਪ੍ਰਗਤੀਸ਼ੀਲ, ਖੁਸ਼ਹਾਲ ਅਤੇ ਦਿਆਲੂ ਸਮਾਜ ਬਣਾਉਣ ਲਈ ਪ੍ਰੇਰਿਤ ਕਰਦੇ ਹਨ।”
****
MJPS/ST/NB/BB
(ৰিলিজ আই ডি : 2090478)
অতিথি কক্ষ : 90
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam