প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনায়

Posted On: 28 NOV 2024 6:48PM by PIB Guwahati

 

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী হেমন্ত সোৰেণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনাইছোঁ। আগন্তুক কাৰ্যকালৰ বাবে তেওঁলৈ শুভেচ্ছা জনাইছোঁ।

@HemantSorenJMM”

 

 

***

MJPS/SR/KB


(Release ID: 2080498) Visitor Counter : 39