উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে পুঁজিৰ আৱণ্টন

Posted On: 27 NOV 2024 3:31PM by PIB Guwahati

সকলো ৰেহাই নোপোৱা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ বাবে সেইসমূহৰ বাৰ্ষিক মুঠ বাজেট আৱণ্টনৰ ১০% উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰাটো বাধ্যতামূলক। উপলব্ধ তথ্য অনুসৰি, যোৱা পাঁচ বছৰত এনইআৰৰ বাবে পুঁজি নিৰ্ধাৰণ আৰু অস্থায়ী ব্যয় নিম্নধৰণৰ:

(কোটি টকা)

বিত্তীয় বৰ্ষ

বাজেটৰ আকলন

সংশোধিত আকলন

প্ৰকৃত ব্যয়

সংশোধিত আকলনৰ তুলনাত প্ৰকৃত ব্যয়ৰ %

২০১৯-২০

৫৯,৩৭০

৫৩,৩৭৪

৪৮,৫৩৪

৯০.৯

২০২০-২১

৬০,১১২

৫১,২৭১

৪৮,৫৬৪

৯৪.৭

২০২১-২২

৬৮,০২০

৬৮,৪৪০

৭০,৮৭৪

১০৩.৬

২০২২-২৩

৭৬,০৪০

৭২,৫৪০

৮২,৬৯১

১১৩.৯

২০২৩-২৪

৯৪,৬৮০

৯১,৮০২

১,০২,৭৪৯

১১১.৯

মুঠ

৩,৫৮,২২২

৩,৩৭,৪২৭

৩,৫৩,৪১২

১০৪.৭

 

আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।

 

 

****

SB/DP/ARJ/AA


(Release ID: 2078224) Visitor Counter : 4