প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 NOV 2024 10:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়, যিগৰাকী ব্যক্তিৰ জীৱন-যাত্ৰাই বহু লোকক শক্তি প্ৰদান কৰিছিল।

এক্সৰ এটা পোষ্টত তেওঁ কয়ঃ

“বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো, যিগৰাকী ব্যক্তিৰ জীৱন-যাত্ৰাই বহু লোকক শক্তি প্ৰদান কৰিছিল।”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2075070) आगंतुक पटल : 41
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam