প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘কাৰ্তিক পূৰ্ণিমা’ আৰু ‘দেৱ দীপাৱলী’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 15 NOV 2024 4:55PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘কাৰ্তিক পূৰ্ণিমা’ আৰু ‘দেৱ দীপাৱলী’ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:

"কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে সকলো দেশবাসীক অনন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্নান-ধ্যান আৰু দীপদানৰ পৱিত্ৰ পৰম্পৰাৰে সম্পৰ্কিত এই পৱিত্ৰ অনুষ্ঠানটোৱে সকলোৰে জীৱনক সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰে আলোকিত কৰক, এই কামনাই কৰিছোঁ।”

 

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2074996) आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam