প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজ্য প্ৰতিষ্ঠা দিৱসত মধ্যপ্ৰদেশবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 NOV 2024 9:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱসত মধ্যপ্ৰদেশবাসীক সম্ভাষণ জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে সমূহ মধ্যপ্ৰদেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰাকৃতিক সম্পদ আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ ৰাজ্যখনে যেন প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ নতুন মানদণ্ড গঢ়ি যায়, তাৰেই কামনা কৰিছোঁ।”
***
MJPS/TS/SB
(रिलीज़ आईडी: 2070105)
आगंतुक पटल : 64
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam