প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম জয়ন্তীত চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

प्रविष्टि तिथि: 31 OCT 2024 7:32AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"মই ‘ভাৰত ৰত্ন’ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত তেওঁৰ প্ৰতি প্ৰণিপাত জনাইছোঁ। ৰাষ্ট্ৰৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাটো তেওঁৰ জীৱনৰ সৰ্বোচ্চ প্ৰাথমিকতা আছিল। তেওঁৰ ব্যক্তিত্ব আৰু কামে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। "

 

 

***

MJPS/RT/KB


(रिलीज़ आईडी: 2070032) आगंतुक पटल : 63
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam