প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্বচ্ছ শক্তি হৈছে সময়ৰ আহ্বানঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 21 OCT 2024 5:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে স্বচ্ছ শক্তি হৈছে সময়ৰ আহ্বান। তেখেতে লগতে কয় যে চৰকাৰৰ এটি উন্নত ভৱিষ্যতৰ অৰ্থে দায়বদ্ধতা সৰ্বোচ্চ আৰু কৰ্মৰাজিত এয়া প্ৰতিফলিত হয়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এক্সৰ এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছেঃ

“স্বচ্ছ শক্তি হৈছে সময়ৰ আহ্বান। এটি উন্নত ভৱিষ্যতৰ অৰ্থে দায়বদ্ধতা সৰ্বোচ্চ আৰু আমাৰ কৰ্মৰাজিত এয়া প্ৰতিফলিত হৈছে।”

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2066931) आगंतुक पटल : 51
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Kannada , Malayalam