প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাল্মীকি জয়ন্তীত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা

পোষ্ট কৰা হৈছে: 17 OCT 2024 9:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"আপোনালোক সকলোকে বাল্মীকি জয়ন্তীৰ শুভেচ্ছা জনাইছো।"

***

MJPS/RT/DD/AT

 


(ৰিলিজ আই ডি : 2065777) অতিথি কক্ষ : 86