ৰাষ্ট্ৰপতি সচিবালয়
জন্ম বাৰ্ষিকীত ড° এ পি জে আব্দুল কালামৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি ৰাষ্ট্ৰপতিৰ
प्रविष्टि तिथि:
15 OCT 2024 3:48PM by PIB Guwahati
আজি (১৫ অক্টোবৰ, ২০২৪) আলজেৰিয়াৰ আলজিয়াৰ্ছত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিচ্ছবিl পুষ্পাঞ্জলি অৰ্পণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে।

***
MJPS/SR/SKS/DB
(रिलीज़ आईडी: 2065121)
आगंतुक पटल : 79