প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে স্বামী সমৰ্থৰ স্মৃতিচিহ্ন লাভ কৰে

আমাৰ সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমি সদায় কাম কৰি যাম: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 14 OCT 2024 8:44PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী সমৰ্থৰ স্মৃতিচিহ্ন লাভ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে চৰকাৰে আমাৰ সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সদায় কাম কৰি যাব।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:

"আজি মই স্বামী সমৰ্থৰ স্মৃতিচিহ্ন উপহাৰ হিচাপে গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। মই এই স্মাৰক চিৰদিনৰ বাবে লালন কৰিম... তেওঁৰ মহৎ চিন্তা আৰু শিক্ষাই লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। আমাৰ সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বাস্তৱত পৰিণত কৰিবলৈ আমি সদায় চেষ্টা কৰি যাম।"

 

 

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2065119) आगंतुक पटल : 78
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam